Bride Wedding Puja items combo.
বিবাহৰ পূজাৰ দ্ৰব্যৰ তালিকা (কইনা ঘৰৰ বাবে)
মাটিৰ ঘট দুটা, মাটিৰ চাকি ডাঙৰ এটা, মাটিৰ চাকি মজলীয়া দুটা, মাটিৰ চাকি সৰু ১২টা, মালাচাকি তিনিটা বা পাঁচটা, গেটৰ মুখত দিয়া ডাঙৰ কলহ দুটা, শিব থকা ডাব নাৰিকল দুটা, তিল, বগা সৰিয়হ, ধান, যৱধান, মাহ ২৫০ গ্রাম, শিলিখা, বগৰি ২০টা, কেচা হালধি, চুৰি এখন, দাপোণ এখন, আচী এখন, ফণি এখন, সেন্দূৰৰ টেমা এটা, সুগন্ধি তেলৰ বটল এটা, বগা চন্দন, গন্ধক, আখৈ ২৫০ গ্রাম, আটা ২৫০ গ্রাম, কঁপাহ (শিলিখা ১০টা), শলিতা সূতা, মিঠাতেল, মৌ, ধুতি ৪খন, গামোচা ৯খন, ঘটৰ বগা কাপোৰ আধা মিটাৰ, ঘটৰ ৰঙা কাপোৰ আধা মিটাৰ,
হোমৰ আমখৰি, উলুখেৰ এক মুঠা (ডাঙৰ), সমিধ তিনি টুকুৰা |
Two clay pots, one large clay candle, two medium clay candles, 12 small clay candles, three or five mala candles, two large pots placed at the gate, coconuts, sesame seeds, white mustard seed , rice, barley, beans 250 grams, Shilika, 20 melons, A mirror, a fan, a bottle of sindur, perfumed oil, white sandalwood, sulfur, 250 grams of akhai, cotton (10 shilikas), shalita yarn, mustard oil, honey, 4 dhutis, 9 gamochas, half a meter of white cloth half a meter,
There are three pieces of burnt offering, a handful of wool (large), and three pieces of burnt offering